জীয়া বাৰীজীয়া-খোৱা

জীয়া ভৰলী (Assamese) [ Roman: ji.ya bho.ro.li]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-18
1. River(Proper Noun-Neuter) A tributary of Brahmaputra coming from Arunachal Himalaya flowing through Sonitpur district of Assam কামেং নদী (পূৰ্বৰ নাম ভৰলী নদী), ব্ৰহ্মপুত্ৰ নদীৰ এখন উল্লেখযোগ্য উপনৈ৷ ই অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ গৌৰী ছেন পৰ্বতৰ এটা হিমবাহৰ পৰা কামেং নদীৰ উৎপত্তি হৈছে৷ বৰ্তমান ই অৰুণাচল প্ৰদেশত কামেং নদী আৰু অসমত জীয়া ভৰলী বুলি জনা যায়৷ কামেং নদীৰ দৈৰ্ঘ্য প্ৰায় ২৬৪ কিঃমিঃ (১৬৪ মাইল)